শাহৰুখ খান Shahrukh Khan

শাহৰুখ খান ৰ জন্ম 1995 চন ৰ 2 নৱেমবৰ তাৰিখে ভাৰতৰ দিল্লীৰ দক্ষিণ ফালে হৈছিল
খনে 1991চনৰ 25 অক্টোবৰ তাৰখে গৌৰী খান ৰ লগত বিয়া পাতে। খান ৰ তিনিটা সন্তান, আৰিয়ানা খান (1999), আব্ৰাম(2013) , সুহানা (2000)। 1988-1999 চনলৈ খানে বহুকেইটা টেলিভিচন চিৰীয়ালত কাম কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।
তেওঁ নিজৰ চিনেমা film debut with the commercially successful Deewana (1992) বনাইছিল।
তেওঁ darr (1993), bazigar (1993) , আৰু Anjaam (1994) ৰ নিচিনা ছবিত খালনয়ক চৰিত্ৰ ৰে বক্স অফিচ ট সাফল্য অৰ্জন কৰিছিল।ভাৰতীয় চলচিত্ৰ জগতত তেওঁ এক বছৰৰ ভিতৰত 8 টা ফিল্মফেয়াৰ ৰ অভিনেতা পুৰস্কাৰ পাইছিল।যিটো কোনো এটা অভিনেতা ৰ কাৰণে বক্স অফিচৰ উল্লেখযোগ্য আৰু সাফল্য অৰ্জন কৰা।তেওঁৰ কেইটামান উল্লেযোগ্য চলচিত্ৰ হল- Kuch Kuch Hota Hai (1998), Om Shanti Om (2007), and Chak De! India (2007).

Comments